- হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিকাশৰ বাবে আঁচনি সমূহৰ পৰিকল্পনা আৰু ৰূপায়ন কৰা।
- আন্তঃগঠনিৰ উন্নয়ন সাধন
- বিত্তীয় ব্যৱস্থাপনা
- নিয়ন্ত্ৰক
- সমবায় ব্যৱস্থাপনা
বিভাগৰ কিছু গুৰুত্বপূৰ্ণ কাৰ্য্য হৈছে
- বয়ন কৌশল উন্নয়ন
- হস্ততাঁত পোছাক উত্পাদন
- আৰ্হি বিকাশ
- বিপণন সহায়তা
- উন্নয়নমূলক আঁচনি যি উত্পাদনৰ ক্ষেত্ৰতো অৰিহনা যোগায়
- গৱেষণা আৰু উন্নয়ন
- প্ৰচাৰ আৰু প্ৰদৰ্শনী
- শিপিনী সকলক সমবায়ৰ ৰূপত সংগঠিত কৰা
- ক্লাষ্টাৰ ভিত্তিত হস্ততাঁতৰ বিকাশ
- হস্ততাঁত সংৰক্ষণ আইন প্ৰৱৰ্তন কৰা।