মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম

কাৰ্য্যাৱলী আৰু উদ্দেশ্যসমূহ

  • হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিকাশৰ বাবে আঁচনি সমূহৰ পৰিকল্পনা আৰু ৰূপায়ন কৰা।
  • আন্তঃগঠনিৰ উন্নয়ন সাধন
  • বিত্তীয় ব্যৱস্থাপনা
  • নিয়ন্ত্ৰক
  • সমবায় ব্যৱস্থাপনা

বিভাগৰ কিছু গুৰুত্বপূৰ্ণ কাৰ্য্য হৈছে

  • বয়ন কৌশল উন্নয়ন
  • হস্ততাঁত পোছাক উত্পাদন
  • আৰ্হি বিকাশ
  • বিপণন সহায়তা
  • উন্নয়নমূলক আঁচনি যি উত্পাদনৰ ক্ষেত্ৰতো অৰিহনা যোগায়
  • গৱেষণা আৰু উন্নয়ন
  • প্ৰচাৰ আৰু প্ৰদৰ্শনী
  • শিপিনী সকলক সমবায়ৰ ৰূপত সংগঠিত কৰা
  • ক্লাষ্টাৰ ভিত্তিত হস্ততাঁতৰ বিকাশ
  • হস্ততাঁত সংৰক্ষণ আইন প্ৰৱৰ্তন কৰা।