মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম

ইতিহাস

  • প্ৰাক-স্বাধীনতাৰ কালত ইয়াত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ কোনো স্বাধীন বিভাগ নাছিল। হস্ততাঁত আৰু বিদ্যুতচালিত তাঁত উদ্যোগ সমূহ ৰেচম আৰু বয়ন, উদ্যোগ, সহযোগিতা আদি বিভাগে চোৱা-চিতা কৰিছিল। চৰকাৰী পৰ্য্যায়ত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিকাশৰ বাবে অবিছিন্ন গুৰুত্ব প্ৰদানৰ উদ্দেশ্যৰে শিৱ ৰমন সমিতিৰ প্ৰতিবেদন অনুসৰি ১৯৮৩ চনৰ জুলাই মাহত পূৰ্ণ পৰ্য্যায়ৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ গঠন কৰা হয়।