মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম

অভিযান আৰু লক্ষ্য

গোলকীয় বস্ত্ৰৰ বজাৰত ফেৰ মাৰিবৰ বাবে আৰু সমাজৰ শিপিনী সকলৰ অৰ্থ-সামাজিক বিকাশৰ উদ্দেশ্যে উচ্চ মানযুক্ত বস্ত্ৰ-সামগ্ৰীৰ উত্পাদন ক্ষমতা বৃদ্ধিৰ বাবে হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডৰ সৰ্বাংগীন উন্নয়ন সাধন কৰা।